Dictionaries | References

কোৱা

   
Script: Bengali-Assamese

কোৱা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা   Ex. সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
HYPERNYMY:
HYPONYMY:
পাঠ কৰা কোৱা
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কিবা কৰিবলৈ আদেশ দিয়া   Ex. গুৰুৱে ঘৰলৈ যাবলৈ কʼলে / তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
HYPERNYMY:
কোৱা
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া   Ex. তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
 verb  কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা   Ex. তেওঁ কʼলে যে ৰহিম আজি নাহে
HYPERNYMY:
কোৱা
ONTOLOGY:
परिवर्तनसूचक (Change)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
mniꯍꯥꯏꯕ
urdکہنا , بتانا , اطلاع دینا , اطلاع کرنا , جانکاری دینا
 verb  অভিহিত কৰা   Ex. বেণাৰসক কাশী বুলিও কোৱা হয়
HYPERNYMY:
কোৱা
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কিবা কৈ বাধক হোৱা   Ex. আপুনি মাজত কথা নকʼব / আপুনি মাজত কিয় কয়
ENTAILMENT:
কোৱা
Wordnet:
 verb  সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া   Ex. পইচাই কথা কয়
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
 adjective  যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে   Ex. বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে
MODIFIES NOUN:
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 verb  * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া   Ex. আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
HYPERNYMY:
কোৱা
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  স্থিৰ কৰা   Ex. তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
ENTAILMENT:
কোৱা
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
 verb  মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা   Ex. আপোনাৰ যি কʼব লগা আছে, মোক কওক / শিশুটোৱে ৰাম-ৰাম বুলিছে / ককা-দেউতাই কিবা কৈ আছে
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
বোলা বেকত কৰা
Wordnet:
 verb  নামেৰে জনা   Ex. মানুহে গান্ধীজীক বাপু বুলিও কয়
HYPERNYMY:
কোৱা
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
Wordnet:
   see : উক্তি, শুনোৱা, আওৰোৱা, শুনোৱা, বুজোৱা, লোৱা, বুজাই দিয়া

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP