Dictionaries | References

উঠোৱা

   
Script: Bengali-Assamese

উঠোৱা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  কিছু সময় ওপৰলৈ ধৰি থকা   Ex. তেওঁ ্বোজাটো মূৰত উঠালে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
 verb  স্থান ত্যাগ কৰা   Ex. তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা   Ex. তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  বহী, কাগজ আদিত লিখা   Ex. মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
উঠাই থোৱা
Wordnet:
benলিখে রাখা
kasدَرٕجۍ کَرُن
malവരവ് വൈയ്ക്കുക
mniꯏꯁꯤꯟꯕ
nepलेख्‍नु
urdچڑھایا , ٹانکنا , درج کرنا , داخل کرنا
 verb  কাৰোবাক কোনো অভিমান উৎপন্ন কৰা   Ex. তেওঁক বেছি নুঠাবা / ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
উঠাই দিয়া
 verb  সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া   Ex. ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  ঘৰ বা দেৱাল আদি বনোৱা   Ex. ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
ONTOLOGY:
निरंतरतासूचक क्रिया (Verbs of Continuity)क्रिया (Verb)
Wordnet:
malഉയര്ന്നു വരുക
urdاٹھنا , بننا , تیارہونا
 verb  কাৰোবাক অধিক গুৰুত্ব দিয়া   Ex. মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
HYPERNYMY:
 verb  তলৰ পৰা ওপৰলৈ অনা কার্য   Ex. তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
Wordnet:
mniꯊꯥꯡꯒꯠꯄ
telపైకి ఎత్తు
urdاٹھانا , اونچاکرنا , اوپرکرنا , اچکارنا
 verb  উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা   Ex. দেউতাই মোক ঝুলনাত উঠালে
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : জগোৱা, বহুওৱা, উঠাই দিয়া, তোলা, সজা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP