|
verb কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা
Ex. মই ৰামৰ পৰা এশ টকা পালোঁ
ONTOLOGY: अधिकारसूचक (Possession) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) adjective চাৰিভাগৰ এক অংশ
Ex. তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে
ONTOLOGY: गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) Wordnet: urdپاؤچوتھائی , چوتھائی حصہ , پوا verb উপল্্ব্ধ হোৱা
Ex. এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়
ONTOLOGY: भौतिक अवस्थासूचक (Physical State) ➜ अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) verb সমান অৱস্থাত উপনীত হোৱা অৱস্থা
Ex. তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা
ONTOLOGY: अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) verb কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
Ex. ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
ONTOLOGY: अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) verb কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
Ex. অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
ONTOLOGY: अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) verb কোনো পদ, স্থান আদিলৈকে আহি পোৱা
Ex. নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি
ONTOLOGY: अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) verb কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা
Ex. মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি
ONTOLOGY: अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) adjective নিৰ্দিষ্ট স্থানত উপনীত কৰা
Ex. পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে
ONTOLOGY: अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) Wordnet: malനിശ്ചിത സ്ഥലത്ത് എത്തിച്ച telబట్వాడా చేయబడిన urdمرسل , پہنچایاہوا verb প্রাপ্ত হোৱা বা পোৱা কার্য
Ex. তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই / মই বহুত ধন লাভ কৰিলো verb পৰি থকা বস্তু উঠোৱা
Ex. আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো
ONTOLOGY: कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) verb পায় যোৱা
Ex. এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো
ONTOLOGY: अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) noun কোনো বস্তুৰ চাৰিভাগৰ এভাগ
Ex. ইয়াৰ ওজন এপোৱা see : প্রাপ্ত, ভোগা, লাভ কৰা, লগ পোৱা, আহি পোৱা, লাভ কৰা, অহা পোৱা noun প্রাপ্ত হোৱা, হাতলৈ অহা বা পোৱা কার্য
Ex. তেওঁ ্ পুত্রধন পালে
ONTOLOGY: कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
|