চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
Ex. শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯅꯤꯜ ꯈꯣꯡꯕ
urdشور , شوروغل , شورشرابا , غل , اونچی آواز , چیخ و پکار , ہلڑبازی , غل گپاڑا , بےہنگم آوازیں কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
Ex. আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kanಮಾತಿನ ವಿಸ್ತರಣ
mniꯆꯥꯎꯊꯣꯛꯍꯟꯕ
জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা
Ex. গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasژَلہٕ لار , لارٕ لار
urdکھلبلی , ہلچل , کھلبل