Dictionaries | References

হুলস্থূল

   
Script: Bengali-Assamese

হুলস্থূল

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ   Ex. শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasشور
mniꯅꯤꯜ ꯈꯣꯡꯕ
urdشور , شوروغل , شورشرابا , غل , اونچی آواز , چیخ و پکار , ہلڑبازی , غل گپاڑا , بےہنگم آوازیں
 noun  কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ   Ex. আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
উখল-মাখল ঘমঘণ্ট
 noun  জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা   Ex. গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল
HYPONYMY:
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
হৈ-চৈ
Wordnet:
kasژَلہٕ لار , لارٕ لار
urdکھلبلی , ہلچل , کھلبل
   see : অব্যৱস্থা, হাই-উৰুমি

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP