বনৰীয়া পশু-পক্ষীক মৰা কার্য
Ex. প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
Ex. চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
ONTOLOGY:
जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
Ex. আজি মই ভাল চিকাৰ ফান্দত পেলালো
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)