পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়
Ex. আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল / পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল
SYNONYM:
জহনী কলেৰা বিসূচিকা ভেদ-বাঁতি ভেদবমি আন্ত্রিক ৰোগ
Wordnet:
bdकलेरा
benকলেরা
gujકૉલેરા
hinहैजा
kanವಾಂತಿ ಬೇಧಿ
kasکالرَہ , وۄباہ
kokपटकी
malവിഷൂചിക
marपटकी
mniꯄꯨꯛꯆꯠꯄ꯭ꯂꯥꯏꯅꯥ
nepहैजा
oriହଇଜା
panਹੈਜ਼ਾ
sanविसूचिका
tamகாலரா
telకలరా
urdہیضہ