ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য
Ex. সীমাই বৰ খৰকৈ বেলিব পাৰে
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
ভোজন কৰাৰ নিশ্চিত সময়
Ex. আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)