পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
Ex. নিগনিটো বাঘৰ হাতোৰাত পৰিল
ONTOLOGY:
शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
urdچنگل , پنجہ , مٹھی , گرفت হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
Ex. মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
Ex. বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)