কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা
Ex. মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
bdगावनाय
benকেটে যাওয়া
gujફાટેલું
hinफटा
kokफुटिल्लें
malപഴകിയ
oriଛିଣ୍ଡା
panਫਟਿਆ
sanक्षीरसम्भव
tamதிரிந்துபோன
urdپھٹا , پھٹاہوا
কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
Ex. তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
bdजि
benফেটে যাওয়া
gujફાટવું
hinफटना
kanಹರಿದು ಹೋಗು
kasپٔھٹِتھ یُن
kokपिंजप
malകീറുക
marफाटणे
mniꯁꯦꯒꯥꯏꯕ
oriଫାଟିବା
panਫੱਟਣਾ
sanपटय्
tamகிழிந்துபோனது
telపగిలిపోయి
urdپھٹنا
গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
Ex. গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
ONTOLOGY:
विनाशसूचक (Destruction) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
kokफुटप
malപിരിയുക
marनासणे
nepफाट्नु
oriଛିଡ଼ିବା
sanअम्लीभू