Dictionaries | References

ভাণ্ডাৰ

   
Script: Bengali-Assamese

ভাণ্ডাৰ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  সঞ্চিত ধন, জ্ঞান আদি   Ex. ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdबाख्रिनि धोन
mniꯇꯨꯡꯁꯤꯟꯕ꯭ꯂꯟ
 noun  কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ   Ex. সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ   Ex. তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
   see : কোষাগাৰ, ভঁ্ৰাল

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP