চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
Ex. টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
ONTOLOGY:
शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
SYNONYM:
নিদ্রা ঘুমটি চকু জাপ খোৱা-
Wordnet:
bdउनदुनाय
benনিদ্রা
gujઊંઘ
hinनींद
kanನಿದ್ರೆ
kasنِنٛدٕر
kokन्हीद
malഉറക്കം
marझोप
mniꯇꯨꯝꯕ
nepनिन्द्रा
oriନିଦ୍ରା
panਨੀਂਦ
sanनिद्रा
tamதூக்கம்
telనిద్ర
urdنیند , خواب , نوم