Dictionaries | References

গুজৰাটী

   
Script: Bengali-Assamese

গুজৰাটী

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  গুজৰাট সম্বন্ধীয়   Ex. নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
 adjective  গুজৰাটত থকা বা বসতি কৰা   Ex. গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
 adjective  গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ   Ex. তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
MODIFIES NOUN:
Wordnet:
mniꯒꯨꯖꯔꯥꯇꯤ
 noun  যিজন গুজৰাটৰ নিবাসী   Ex. গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  গুজৰাট ৰাজ্যৰ ভাষা   Ex. গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)
SYNONYM:
গুজৰাটী ভাষা
 noun  যি লিপিত গুজৰাটী ভাষা লিখা হয়   Ex. মই গুজৰাটী পঢ়িব নোৱাৰোঁ
ONTOLOGY:
संज्ञापन (Communication)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
গুজৰাটী লিপি

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP