Dictionaries | References

খুৰা

   
Script: Bengali-Assamese

খুৰা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে   Ex. এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
Wordnet:
mniꯃꯈꯣꯡ
urdپایہ , گُوڑا , پاوا , پووا
 noun  ঘোঁৰাৰ ভৰিৰ তলৰ অংশ   Ex. ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে
HOLO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  দেউতাৰ ভায়েক   Ex. মোৰ খুৰা এজন নাম কৰা ডাক্তৰ
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
malഅച്ഛന്റെ അനിയന്
mniꯃꯇꯣꯟ
urdچچا , چاچا
   see : খুড়া

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP