Dictionaries | References

ৰোৱা

   
Script: Bengali-Assamese

ৰোৱা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  কোনো কথাৰ সূত্রপাত ঘটোৱা   Ex. বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য   Ex. খেতিয়কে খেতিপথাৰত ধান ৰুইছে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 adjective  যʼত চহোৱা আৰু ৰোপন কৰা হৈছে (খেতি)   Ex. খেতিয়কে ৰোৱা খেতিডৰা ৰখি আছে
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
kanಸಾಗುವಳಿ ಮಾಡಿದ
kasکاشت کوٚرمُت
mniꯈꯣꯏꯗꯣꯛꯇꯨꯅ꯭ꯃꯔꯨ ꯃꯔꯥꯡ꯭ꯊꯥꯔꯕ
panਵਾਹਿਆ ਬੀਜਿਆ ਹੋਇਆ
telసాగుచేయబడిన భూమి మరియు విత్తబడిన
urdمزروعہ , جوتابویا
 verb  ৰোপন কৰাৰ কাম হোৱা   Ex. পথাৰত ৰোপন কৰা হৈছে
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
   see : বচা, বন্ধ হোৱা
ৰোৱা noun  বীজ বা পুলি আদি এঠাইৰ পৰা আনি আন ঠাইত লগোৱা কার্য   Ex. তেওঁ ্ ধান ৰুবৰ কাৰণে পথাৰত পানী সিঁচিছে
HOLO FEATURE ACTIVITY:
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
ৰোৱা- ৰোপন
Wordnet:
malപറിച്ചു നടീല്‍
mniꯂꯤꯡꯊꯣꯛ
urdرپائی , تخم ریزی , بوائی , شجرکاری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP