এক ঘণ্টাৰ ষাঠি ভাগৰ এভাগ বা ষাঠি ছেকেণ্ডৰ সময়
Ex. আমি দহ মিনিট ধৰি আপোনাৰ অপেক্ষা কৰি আছোঁ
ONTOLOGY:
समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
এক মিনিটত যিমান দূৰ যোৱা হয়, সিমান
Ex. ইয়াৰ পৰা মোৰ ঘৰলৈ দহ মিনিটৰ বাট
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমিনিট
kasمِنَٹھ , مِنَٹ , مِلَٹھ mniꯃꯤꯅꯠ
oriମିନିଟ୍