মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ
Ex. শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ
HOLO STUFF OBJECT:
পগোৱা গাখীৰ দৈ
ONTOLOGY:
द्रव (Liquid) ➜ रूप (Form) ➜ संज्ञा (Noun)
Wordnet:
bdगाइखेर
benদুধ
gujધાવણ
hinदूध
kanಹಾಲು
kokदूद
malപാല്
marदूध
mniꯈꯣꯝꯂꯥꯡ
nepदुध
oriଦୁଧ
panਦੁੱਧ
sanदुग्धम्
tamபால்
telపాలు
urdدودھ , شیر
গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ
Ex. ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল
ONTOLOGY:
द्रव (Liquid) ➜ रूप (Form) ➜ संज्ञा (Noun)
Wordnet:
bdआथा
kanಹಾಲು
kasدۄد
kokदीख
oriକ୍ଷୀର
sanअर्कक्षीरम्
telపాలు
urdدودھ
শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস
Ex. কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়
ONTOLOGY:
द्रव (Liquid) ➜ रूप (Form) ➜ संज्ञा (Noun)
Wordnet:
bdरन्दै
gujદૂધ
hinदूध
kasسَفید دۄد
mniꯆꯅꯥꯡ
panਦੁੱਧ
sanक्षीरम्
urdدودھ , دودھا