Dictionaries | References

শাৰী

   
Script: Bengali-Assamese

শাৰী

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম   Ex. ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল / মানুহে লাইন পাতি বহি খাই আছিল
HYPONYMY:
খণ্ড দাঁতৰ পাৰি দীপমালা শাৰী
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
 noun  একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ   Ex. ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 noun  মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র   Ex. সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে   Ex. শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
   see : পংক্তি, ক্রমানুসাৰিতা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP