Dictionaries | References

ব্লেকমেইল

   
Script: Bengali-Assamese

ব্লেকমেইল

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  কাৰোবাৰ বিৰুদ্ধে মিছা তথ্য সংগ্রহ কৰি লৈ মনে বিচৰা ধৰণে তেনে ব্যক্তিক সংগৃহীত তথ্যৰ ভিত্তিত ভাবুকি দিয়া কার্য   Ex. প্রথমে সি্ছোৱালীবোৰক ফুচুলাই অশ্লীল ফটো তুলিছিল আৰু পিছত ব্লেকমেইল কৰিছিল
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  কাৰোবাৰ বিৰুদ্ধে ভুল বা গোপনীয় তথ্য সংগ্রহ কৰি তাৰ জৰিয়তে কোনো ব্যক্তিক ভয় দেখুৱাই টকা সংগ্রহ কৰা কার্য   Ex. পুলিচে এটা এনেকুৱা অপৰাধীক ধৰিলে যি ধনী মহিলাসকলক ব্লেকমেইল কৰি বহু টকা লুটিলে
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP