Dictionaries | References

বেজি

   
Script: Bengali-Assamese

বেজি

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ   Ex. চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়   Ex. কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
HYPONYMY:
MERO COMPONENT OBJECT:
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP