Dictionaries | References

বিৰক্তি

   
Script: Bengali-Assamese

বিৰক্তি

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে   Ex. মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benমুখ গোমড়া করা
urdکوڑھن , جھنجھلاہٹ , کھندق , کھیج
 noun  বিৰক্তিৰ অৱস্থা বা ভাৱ   Ex. তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
Wordnet:
kasچِڑ
mniꯍꯨꯠ ꯐꯦꯠ꯭ꯇꯧꯕ꯭ꯃꯤ
oriଚିଡ଼ି ଚିଡ଼ା
urdچڑ , چڑھ
 noun  আমনি লগা পৰিস্থিতি   Ex. দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
   see : অনাসক্তি, আমনি, ঘৃণা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP