পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য
Ex. অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
ONTOLOGY:
प्राकृतिक घटना (Natural Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
বন্যা বানপানী প্লাৱন
Wordnet:
bdबाना
gujપૂર
hinबाढ़
kanವೃದ್ಧಿ
kasسٕہَلاب
kokहुंवार
malവെള്ളപ്പൊക്കം
marपूर
mniꯏꯆꯥꯎ
nepबाढी
oriବଢ଼ି
panਹੜ
sanजलप्लावनम्
telవరద
urdسیلاب , باڑھ