Dictionaries | References

প্রচাৰক

   
Script: Bengali-Assamese

প্রচাৰক

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি   Ex. কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে
HYPONYMY:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 adjective  প্রচাৰ কৰোতা   Ex. এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
 noun  কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি   Ex. নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : ঘোষক

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP