কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
Ex. তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdनम्बर
gujગુણ
kanಅಂಕ
kasنمبر
malമാര്ക്ക്
marगुण
telమార్కులు
urdنمبر , تعداد
পৰিধান আদিৰ এটি মাপ
Ex. মই দোকানৰ পৰা ন নম্বৰৰ এজোৰ জোতা কিনিলো
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kanನಂಬರ್
kasنَمبَر
kokनंबर
malനമ്പര്
mniꯅꯝꯕꯔ
urdنمبر