হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
Ex. সোমবাৰ সপ্তাহৰ প্রথম দিন
HYPONYMY:
শুভদিন সোমবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্রবাৰ শনিবাৰ মঙলবাৰ পূণ্যতিথি দেওবাৰ
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
বাৰ দিৱস অহ্ন বাসৰ
Wordnet:
bdसान
benদিন
hinदिन
kasدۄہ
malദിവസം
nepदिन
sanदिनम्
tamதினம்
telదినము
urdدن , روز , یوم
এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
Ex. এদিনত আঠটা প্রহৰ থাকে
HYPONYMY:
স্বাধীনতা দিৱস গণতন্ত্র দিৱস দিন তিথি লিপ-ইয়েৰ জন্ম দিন নৱৰোজ
MERO COMPONENT OBJECT:
দিন ৰাতি
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benদিন
kanದಿನ
kasدۄہ
kokदीस
mniꯅꯣꯡꯃ
panਦਿਨ
sanवासरः
telరోజు
urdروز , یوم , دن
নিশ্চিত বা উচিত সময়
Ex. আজি মোৰ লʼৰাটোৰ জন্ম দিন
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
Ex. মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujદિવસ
sanदिनम्
telరోజు
urdیوم , روز , دن , وقت
সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
Ex. আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল / গৰমকালি দিন দীঘল হয়
HOLO COMPONENT OBJECT:
সপ্তাহ দিন
HYPONYMY:
ছুটী বৰদিন যোৱাকালি কাইলৈ আজি তাৰিখ পৰহি
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
দিৱস দিবা অহ্ন দিনা অহ বাৰ ৰোজ বাসৰ
Wordnet:
benদিন
gujદિવસ
hinदिन
kanದಿನ
kokदीस
malദിവസം
marदिवस
mniꯅꯨꯃꯤꯠ
nepदिन
oriଦିନ
panਦਿਨ
sanदिवसः
tamபகல்
telపగలు
urdدن , روز
যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
Ex. কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
HYPONYMY:
ৰজোনিবৃত্তি বতৰ উৎসৱ
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasدۄہ , وَقھ
panਦਿਨ
telరోజు
urdروز , وقت , یوم , دن