Dictionaries | References

জোনাক

   
Script: Bengali-Assamese

জোনাক     

অসমীয়া (Assamese) WN | Assamese  Assamese
noun  জোনৰ পৰা বিকিৰিত পোহৰ   Ex. বিলৰ পানীত পৰা জোনাকখিনি ্ আকর্ষণীয় হৈ আছে
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
জোনৰ পোহৰ চন্দ্রকিৰণ চন্দ্রাৱলী জ্যোৎস্না জোছনা জ্যোৎস্নালোক শশীকৰ চন্দ্রালোক চন্দ্রিমা চন্দ্রিকা চন্দ্রকৰ চন্দ্রসুধা চন্দ্রকান্তা চন্দ্রজ্যাতি চন্দ্রপ্রভা চন্দ্রৰশ্মি চন্দ্রাংশু চন্দ্রাতপ দীপিকা কৌমুদী
Wordnet:
bdअखाफोरनि सोरां
benচন্দ্রকিরণ
gujચંદ્રકિરણ
hinचंद्रकिरण
kanಬೆಳದಿಂಗಳು
kasزُنہٕ لَو
malചന്ദ്രകിരണം
marचंद्रकिरण
mniꯊꯥꯕꯜ
oriଚନ୍ଦ୍ରକିରଣ
panਚੰਦਕਿਰਣ
sanचन्द्रकिरणः
tamசந்திரவொலி
telచంద్రకిరణాలు
urdچاندنی , چاند کی روشنی , شعاع مہتاب , شعاع قمر
noun  চন্দ্রৰ পৰা বিকিৰিত পোহৰ   Ex. জোনাক ৰাতি আকাশখন ধুনীয়া দেখি / যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
জোনৰ পোহৰ জোনালী জ্যোৎস্না শশীকৰ চন্দ্রসুধা চন্দ্রকান্তা চন্দ্রকিৰণ চন্দ্রজ্যোতি চন্দ্রালোক চন্দ্রপ্রভা চন্দ্রিমা দীপিকা জ্যোৎস্নালোক চন্দ্রাৱলী চন্দ্রিকা চন্দ্রৰশ্মি চন্দ্রকৰ কৌমুদী চন্দ্রাংশু জোছনা
Wordnet:
benজ্যোত্স্না
gujચાંદની
hinचाँदनी
kanಬೆಳ್ದಂಗಳು
kasزُنہٕ گاش
kokचान्नें
malചന്ദ്രകിരണം
marचांदणे
mniꯊꯥꯕꯜ
nepजुनको प्रकाश
oriଜହ୍ନ ଆଲୁଅ
panਚਾਨਣ
sanज्योत्स्ना
tamநிலவொளி
telవెన్నెల
urdچاندنی , ماہتاب

জোনাক     

বাংলা (Bengali) WN | Bengali  Bengali
See : জোনাকি

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP