Dictionaries | References

চʼৰাঘৰ

   
Script: Bengali-Assamese

চʼৰাঘৰ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে   Ex. নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা   Ex. চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : আলহী কোঠা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP