Dictionaries | References

ৰাজ্য

   
Script: Bengali-Assamese

ৰাজ্য     

অসমীয়া (Assamese) WN | Assamese  Assamese
noun  এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল   Ex. মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
HYPONYMY:
ইজৰাইল বাদচাহী সাম্রাজ্য
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
প্রদেশ
Wordnet:
bdरायजो
gujરાજ્ય
hinराज्य
kanರಾಜ್ಯ
malനാട്ടുരാജ്യം
marराज्य
nepराज्य
panਰਾਜ
sanराज्यम्
tamஆட்சி
urdسلطنت , علاقہ , جائے سکونت
noun  কোনো প্রদেশত বসবাস কৰা লোক   Ex. সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
MERO MEMBER COLLECTION:
ব্যক্তি
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
প্রদেশ প্রান্ত
Wordnet:
bdराज्योयारि
benপ্রদেশ
malപ്രദേശത്തുള്ളവര്‍
panਪ੍ਰਦੇਸ਼
sanप्रजा
telప్రదేశం
noun  যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে   Ex. খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
bdराज्यो
benরাজ্য
kanರಾಜ್ಯ
kasرِیاسَت , بادشٲہی
malരാജഭരണം
urdسلطنت , بادشاہت
noun  এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ   Ex. চাৰিওফালে মিছাৰ ৰাজ্য
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
দেশ সাম্রাজ্য স্থলী
Wordnet:
bdराज्यो
benরাজ্য
kasراج , راج تاج
kokराज्य
malദേശം
panਰਾਜ
sanसाम्राज्य
tamஆட்சி
telరాజ్యం
urdراج , حکومت , سلطنت , حکمرانی
noun  কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র   Ex. অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য / স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
HOLO COMPONENT OBJECT:
দেশ
HOLO MEMBER COLLECTION:
ভাৰত যুক্তৰাজ্য
HYPONYMY:
অসম কর্ণাটক কেৰেলা উত্তৰ প্রদেশ উৰিষ্যা অৰুণাচল প্রদেশ অন্ধ্রপ্রদেশ আন্দামান নিকোবৰ কাশ্মীৰ গুজৰাট তামিলনাডু গোৱা চিক্কিম উত্তৰাঞ্চল নাগালেণ্ড হিমাচল প্রদেশ মধ্য প্রদেশ হৰিদ্বাৰ পশ্চিম বংগ আগৰতলা পঞ্জাৱ ৰাজস্থান বিহাৰ হাৰিয়ানা মহাৰাষ্ট্র মেঘালয় মণিপুৰ লাক্ষাদ্বীপ দমন আৰু ডিউ মিজোৰাম দাদৰা আৰু নগৰ হাভেলী পণ্ডিচেৰী সিন্ধু হংকং জর্জিয়া ছত্তিশগড় ঝাৰখণ্ড চণ্ডীগড় দিল্লী আমেৰিকা মিত্রজোঁট
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
প্রদেশ দেশ প্রান্তৰ
Wordnet:
benরাজ্য
gujરાજ્ય
hinप्रदेश
kanಪ್ರದೇಶ
kokराज्य
malപ്രവിശ്യ
marराज्य
mniꯔꯥꯖꯌ꯭
nepप्रदेश
oriପ୍ରଦେଶ
panਰਾਜ
sanराज्यम्
tamமாநிலம்
telరాష్ట్రం
urdریاست , صوبہ
noun  স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি   Ex. ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
প্রদেশ
Wordnet:
bdरज्यो
gujરાજ્ય
kasرِیاسَت
malസംസ്ഥാനം
sanराज्यम्
tamராஜ்யம்
urdصوبہ , ملک

Related Words

ৰাজ্য   ৰাজ্য ব্যৱস্থা   ৰাজ্য ভাষা   ছত্তিশগড় ৰাজ্য   ঝাৰখণ্ড ৰাজ্য   ৰাজ্য সভা   रायजो   നാട്ടുരാജ്യം   రాజ్యం   రాజ్యము   રાજ   senate   ರಾಜ್ಯ   राजभाषा   राजभास   राज्यभाषा   राज्य भाषा   राज्योयारि राव   ഭരണഭാഷ   தேசியமொழி   ରାଜ୍ୟଭାଷା   రాజ్యభాష   রাষ্ট্রীয় ভাষা   ਰਾਜ-ਭਾਸ਼ਾ   રાજભાષા   ರಾಜ್ಯಭಾಷೆ   realm   ରାଜ୍ୟ   राज्य   kingdom   राज्यव्यवस्था   राज्यम्   राज्य व्यवस्था   राज्यो   रायजोनि खान्थि   قٲیدٕ قونوٗن   رِیاسَت   ദേശം   ഭരണ പദ്ധതി   மாநில ஏற்பாடு   ରାଜ୍ୟ ବ୍ୟବସ୍ଥା   రాజ్య వ్యవస్థ   রাজ্য ব্যবস্থা   ਰਾਜ ਵਿਵਸਥਾ   રાજ્ય વ્યવસ્થા   ರಾಜ್ಯ ವ್ಯವಸ್ಥೆ   ஆட்சி   রাজ্য   ਰਾਜ   قومی زَبان   રાજ્ય   प्रशासन   साम्राज्य   राष्ट्रभाषा   state   স্থলী   প্রান্তৰ   ৰাজ-কাজ   ৰাজ ব্যৱস্থা   ৰাজভাষা   ৰাজ ভাষা   land   হাৰিয়ানা   প্রদেশ   তামিলনাডু   পশ্চিম বংগ   বিহাৰ   মহাৰাষ্ট্র   ৰাজস্থান   ৰাষ্ট্রদূত   চিক্কিম   ঝাৰখণ্ড   অৰুণাচল প্রদেশ   আন্দামান নিকোবৰ   উৰিষ্যা   কাৱাৰাত্তী   কেন্দ্রীয় শাসিত   গুজৰাট   চক্রৱর্তী   চক্রৱর্তী ৰজা   নাগালেণ্ড   পঞ্জাৱ   পণ্ডিচেৰী   পূৱ   প্রান্ত   মিজোৰাম   মন্ত্রীমণ্ডল   ৰসিকতা   শংকাহীন   চিলৱাচা   চৰকাৰ   ছত্তিশগড়   জিলা   দাদৰা আৰু নগৰ হাভেলী   আক্রমণ কৰা   আক্রমণ হোৱা   আমেৰিকা মিত্রজোঁট   কর্ণাটক   স্তৰীয়   মেঘালয়   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP