বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
Ex. পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
SYNONYM:
মঞ্জুৰি অনুজ্ঞা দান সন্মতি
Wordnet:
bdरेहाय
gujછૂટ
hinछूट
kanಅವಕಾಶ
kasچھوٗٹ
kokमुभा
malഇളവ്
marसवलत
mniꯑꯌꯥꯕ
panਛੂਟ
sanवरीयः
telఅనుమతి