Dictionaries | References

ব্যৱস্থা

   
Script: Bengali-Assamese

ব্যৱস্থা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য   Ex. বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি   Ex. এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
ONTOLOGY:
प्रक्रिया (Process)संज्ञा (Noun)
 noun  এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক   Ex. সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
kasنِظام , بَنٛدوبَستہٕ
mniꯅꯤꯇꯤ ꯅꯤꯌꯝ
 noun  শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান   Ex. কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯊꯕꯛ꯭ꯊꯧꯔꯝ
panਵਿਵਸਥਾ(ਪ੍ਰਬੰਧ)
urdنظام , نظم وضبط , بندوبست
   see : বন্দোবস্ত, ব্যৱস্থাপনা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP