ছপাযন্ত্র আদিত ছপা কৰা
Ex. তেওঁ নতুন কিতাপ ছপাইছে
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)
চিহ্নিত বা অংকিত হোৱা
Ex. লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)
ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা
Ex. তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
ben(অপরকে দিয়ে)ছাপানো
mniꯅꯝꯍꯟꯕ