কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন
Ex. ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ
Ex. ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)