Dictionaries | References

মিটাৰ

   
Script: Bengali-Assamese

মিটাৰ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়   Ex. এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়   Ex. টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ   Ex. মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  দৈর্ঘ্য জোখাৰ এক মাপ   Ex. কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP