Dictionaries | References

বেমাৰ

   
Script: Bengali-Assamese

বেমাৰ     

অসমীয়া (Assamese) WN | Assamese  Assamese
noun  দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া   Ex. যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে / ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে
HYPONYMY:
বীজাণুজনিত ৰোগ শুকানী বেমাৰ শোথ পাথৰ কাহ ইষদোষ্ণতা বর্ণান্ধতা গৰল পেটৰ অসুখ নপুংসকতা উফি প্রসূতা মুখৰোগ কণ্ঠ ৰোগ এইডচ আমশূল টনছিল চর্মৰোগ সোঁচৰা ৰোগ হাঁপানী বাতবিষ মধুমেহ অজী্র্ণ হাগনি যক্ষ্মা পাগল জণ্ডিচ কুষ্ঠ ৰোগ জ্বৰ মৃগী ফেৰেনজাইটিজ কোষ্ঠকাঠিন্যতা চকুৰ ৰোগ অনিদ্রা অন্ত্রপ্রদাহ জলন্ধৰ মেলেৰিয়া কেচুমূৰীয়া চর্দি ধনুষ্টংকাৰ ৰক্তহীনতা অম্লপিত্ত অণ্ডবৃদ্ধি হার্ণিয়া হৃদৰোগ
SYNONYM:
ৰোগ ব্যাধি অসুখ আজাৰ নৰিয়া বিকাৰ আর্তি ৰোগভোগ বেমাৰ-আজাৰ ৰোগ-ব্যাধি অসুখ-বিসুখ আধি-ব্যাধি অস্বস্থতা
Wordnet:
bdबेमार
benরোগ
gujરોગ
hinरोग
kanರೋಗ
kasبٮ۪مٲرۍ , دور , مَرِض , تَکلیٖف
kokदुयेंस
malവ്യാധി
marरोग
mniꯂꯥꯏꯅꯥ
nepरोग
oriରୋଗ
panਰੋਗ
sanव्याधिः
tamநோய்
telరోగం
urdبیماری , مرض , علت , روگ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP