Dictionaries | References

পুৰণি

   
Script: Bengali-Assamese

পুৰণি

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল   Ex. এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে/ প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল
ONTOLOGY:
समयसूचक (Time)विवरणात्मक (Descriptive)विशेषण (Adjective)
 adjective  বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ   Ex. তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 adjective  সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ   Ex. পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
kasپَتٕم , برونٛٹھ کالُک , پٕرون
mniꯃꯃꯥꯡꯉꯩꯒꯤ
urdپچھلا , سابق , پہلا , پرانا , قدیم
   see : অতীত

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP