Dictionaries | References

পুনৰাবৃত্তি

   
Script: Bengali-Assamese

পুনৰাবৃত্তি

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস   Ex. এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য   Ex. মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য   Ex. ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯏꯟꯕꯒꯤ꯭ꯊꯕꯛ
urdتتبّع , اعادہ , تکرار
 noun  কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য   Ex. এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP