Dictionaries | References

দণ্ডবিধি

   
Script: Bengali-Assamese

দণ্ডবিধি

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  অপৰাধৰ কাৰণে দিয়া দণ্ডৰ বিধানৰ বিষয়ে বিস্তৃতভাৱে থকা কোনো গ্রন্থ   Ex. ভাৰতীয় দণ্ডবিধি অনুসৰি জৰুৰীকালীন অৱস্থাত ধাৰা ৩০২ বলৱৎ কৰা হয়
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  সেই বিধি বা নিয়ম যাৰ জৰিয়তে কোনো অপৰাধৰ দণ্ড বা বিধান আদিৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়   Ex. ভাৰতীয় দণ্ডবিধিৰ দফা ৩০২-ৰ অধীনত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়
ONTOLOGY:
जानकारी (information)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP