Dictionaries | References

টুটকীয়া

   
Script: Bengali-Assamese

টুটকীয়া

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি   Ex. টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়
FUNCTION VERB:
কুৎসা ৰটনা কৰা
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 adjective  কথা লগাই ফুৰোঁতা   Ex. টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে
MODIFIES NOUN:
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP