Dictionaries | References

পৰা

   
Script: Bengali-Assamese

পৰা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা   Ex. গছৰ তলত বহুত গুটি পৰি আছে
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
Wordnet:
malവീണു കിടക്കുക
urdپڑنا , گراہونا
 verb  দুখ, কষ্ট আদি ওলাই অহা   Ex. তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
Wordnet:
benএসে পড়া
kanಕುಸಿದುಬೀಳದೆ ಇರು
malവന്ന് ഭവിക്കുക
mniꯇꯥꯕ
urdپڑنا , بکھرنا
 verb  কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা   Ex. তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
SYNONYM:
পৰি থকা
Wordnet:
kasگَرِ بِہُن
mniꯇꯥꯗꯨꯅ꯭ꯂꯩꯕ
telవృధాగా పడిఉండు
urdپڑنا , بےکارپڑےرہنا
 verb  বেমাৰ হৈ বিছনাত পৰি থকা   Ex. ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
 verb  ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা   Ex. ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
 verb  আৱশ্যকতা হোৱা   Ex. আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
SYNONYM:
গৰজ পৰা
 verb  মাজত আহি যোৱা কার্য   Ex. এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা
HYPERNYMY:
 verb  কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা   Ex. এই গাড়ীখনত কিমান দাম পৰিল
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
 verb  উৎপন্ন হোৱা   Ex. আজি গাখীৰৰ ওপৰত মলাই পৰিল
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
Wordnet:
 verb  প্রবিষ্ট হোৱা   Ex. ঘিউখিনিত চৰাইটো পৰিল
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
Wordnet:
urdپڑنا , مدغم ہونا
 verb  অভ্যাসত পৰিণত হোৱা এক অৱস্থা   Ex. তেওঁৰ মদ ্খোৱাৰ গতত পৰিল
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
mniꯍꯩꯅꯕꯤ꯭ꯑꯣꯏꯕ
tamபழக்கம் ஏற்படு
 verb  ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত   Ex. তেওঁ ্ চাঁদৰ পৰা পৰিল / ঘটিৰ গাখীৰখিনি বাগৰি পৰিল
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
SYNONYM:
(বাগৰি পৰা লুটি খাই পৰা)
 noun  পৰা কার্য   Ex. ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : নমা
পৰা noun  বহলাই দিয়া বা মেলি দিয়া কার্য   Ex. বিছনাত বিছনা-চাদৰ পৰাৰ পিছত ্ তেওঁ ঘৰলৈ গʼল
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
পৰা-
পৰা noun  কাপোৰ পৰা কাম   Ex. তেওঁ ্ সমাৰোহত পঞ্চাশখন বিছনা পাৰিবৰ কাৰণে পঞ্চাশ টকা বিচাৰিছে
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
পৰা- পৰা কাম
   see : থকা-

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP