Dictionaries | References

পলিচ

   
Script: Bengali-Assamese

পলিচ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ   Ex. এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
Wordnet:
 noun  পোলেণ্ড দেশৰ অধিবাসী   Ex. সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
পোলেণ্ডবাসী পোলেণ্ড-বাসী পোলেণ্ড বাসী
Wordnet:
 noun  পোলেণ্ডৰ লোকৰ ভাষা   Ex. তেওঁ পলিচ আৰু ৰুছ সলসলীয়াকৈ কʼব পাৰে
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)
SYNONYM:
পলিচ ভাষা পলিচ-ভাষা
 noun  কোনো বস্তু জিলিকিবৰ কাৰণে তাৰ ওপৰত লগোৱা প্রলেপ বিশেষ   Ex. তেওঁ কিছুমান বস্তুৰ ওপৰত পলিচ লগাই আছে
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP