Dictionaries | References

দূৰসংযোগ

   
Script: Bengali-Assamese

দূৰসংযোগ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  তাঁৰ, বেতাৰ, ফোন আদিৰ জৰিয়তে দূৰ-দূৰলৈকে বাতৰি প্রেৰণ কৰিব পৰা বা দূৰ-দূৰণিৰ বাতৰি লাভ কৰিব পৰা এক অত্যাধুনিক ব্যৱস্থা   Ex. দূৰসংযোগৰ জৰিয়তে এখন ঠাইৰ খবৰ খুউব কম সময়ৰ ভিতৰতে আন এখন ঠাইলৈ পঠিয়াব পৰা যায়
ONTOLOGY:
जानकारी (information)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP