Dictionaries | References স সোনকালে Script: Bengali-Assamese Meaning Related Words সোনকালে অসমীয়া (Assamese) WN | Assamese Assamese Rate this meaning Thank you! 👍 adverb অপেক্ষিত সময়তকৈ আগত Ex. আনন্দ আজিকালি কার্যালয়লৈ সোনকালে আহে MODIFIES VERB:কাম কৰা ONTOLOGY:समयसूचक (Time) ➜ क्रिया विशेषण (Adverb)Wordnet:bdथाबै gujજલ્દી hinजल्दी kasسُلِی malവേഗത്തില് mniꯉꯟꯅ panਜਲਦੀ sanकिञ्चित्पूर्वम् urdجلدی , سویرے adverb পলম নোহোৱাকৈ কৰা Ex. এই কামটো সোনকালে কৰি দিয়া MODIFIES VERB:কাম কৰা দুৱাৰডলি ONTOLOGY:गतिसूचक (Speed) ➜ रीतिसूचक (Manner) ➜ क्रिया विशेषण (Adverb) SYNONYM:ততালিকে বেগেতে বেগাই শীঘ্রে বেগাবেগিকৈ বেগেতাই তৰাতৰি তাৰাতাৰি নিমিষতে ততাতৈয়াকৈ খৰকৈ খৰখেদাকৈ খৰধৰকৈ পলকতে দৰদৰি টপৰাই সটৰাই পটাপট পাকতে চকুৰ পচাৰতে গিৰিসাই খচৰাই চকুৰ পলকতে টাপচকৈ ততাভুকুতাকৈ খকমককৈ লৰা-ঢপৰাকৈ হুৰমূৰকৈWordnet:bdथाबै benঝটপট gujઝટપટ hinझटपट kanಬೇಗ kasدٔستی , جَلدی , فورَن kokसडसडीत malശീഘ്രം marपटकन mniꯈꯨꯗꯛꯇ oriଚଞ୍ଚଳ panਜਲਦੀ ਤੋਂ ਜਲਦੀ sanशीघ्रम् tamசீக்கிரமாக telతక్షణమే urdفوراًٍ , جلدی سے , جلدازجلد , ہاتھوہاتھ , کھٹ سے , بےساختہ , جلدی سےجلدی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP