Dictionaries | References

কটা

   
Script: Bengali-Assamese

কটা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য   Ex. শিক্ষকে ভুল উত্তৰটো কাটিলে
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা   Ex. জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
 verb  কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা   Ex. গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 adjective  কটা যোৱা   Ex. ৰীমাই কটা বাহুটো দেখি চকখাই উঠিল
MODIFIES NOUN:
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 verb  কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য   Ex. মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে / নাপিতে তেওঁৰ চুলি কাটিলে
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য   Ex. মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
kasترٛاش ہیوٚن
mniꯀꯛꯄ
urdکترنا , , چھانٹنا , قطع کرناکاٹنا
 verb  কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা   Ex. পাচলি কাটি আছে
ENTAILMENT:
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
 verb  কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য   Ex. মায়ে লগুণ বনাবলৈ সূতা কাটিছে
ENTAILMENT:
পৰি্ৱর্তন ্কৰা
ONTOLOGY:
गतिसूचक (Motion)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
সূতা কটা
   see : কলম দিয়া, দোৱা, কলম দিয়া

কটা

বাংলা (Bengali) WN | Bengali  Bengali |   | 

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP