দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
Ex. অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯁꯤꯔꯤꯕ꯭ꯃꯔꯥꯜ
urdالزام , نالش
কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য
Ex. তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯊꯪꯖꯟꯕ꯭ꯃꯔꯥꯜ
urdالزام , اتہام , بہتان
অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত
Ex. তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা
Ex. দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅভিযোগ
urdالزام , تہمت , بہتان