Dictionaries | References

সোনকালে

   
Script: Bengali-Assamese

সোনকালে     

অসমীয়া (Assamese) WN | Assamese  Assamese
adverb  অপেক্ষিত সময়তকৈ আগত   Ex. আনন্দ আজিকালি কার্যালয়লৈ সোনকালে আহে
MODIFIES VERB:
কাম কৰা
ONTOLOGY:
समयसूचक (Time)क्रिया विशेषण (Adverb)
Wordnet:
bdथाबै
gujજલ્દી
hinजल्दी
kasسُلِی
malവേഗത്തില്‍
mniꯉꯟꯅ
panਜਲਦੀ
sanकिञ्चित्पूर्वम्
urdجلدی , سویرے
adverb  পলম নোহোৱাকৈ কৰা   Ex. এই কামটো সোনকালে কৰি দিয়া
MODIFIES VERB:
কাম কৰা দুৱাৰডলি
ONTOLOGY:
गतिसूचक (Speed)रीतिसूचक (Manner)क्रिया विशेषण (Adverb)
SYNONYM:
ততালিকে বেগেতে বেগাই শীঘ্রে বেগাবেগিকৈ বেগেতাই তৰাতৰি তাৰাতাৰি নিমিষতে ততাতৈয়াকৈ খৰকৈ খৰখেদাকৈ খৰধৰকৈ পলকতে দৰদৰি টপৰাই সটৰাই পটাপট পাকতে চকুৰ পচাৰতে গিৰিসাই খচৰাই চকুৰ পলকতে টাপচকৈ ততাভুকুতাকৈ খকমককৈ লৰা-ঢপৰাকৈ হুৰমূৰকৈ
Wordnet:
bdथाबै
benঝটপট
gujઝટપટ
hinझटपट
kanಬೇಗ
kasدٔستی , جَلدی , فورَن
kokसडसडीत
malശീഘ്രം
marपटकन
mniꯈꯨꯗꯛꯇ
oriଚଞ୍ଚଳ
panਜਲਦੀ ਤੋਂ ਜਲਦੀ
sanशीघ्रम्
tamசீக்கிரமாக
telతక్షణమే
urdفوراًٍ , جلدی سے , جلدازجلد , ہاتھوہاتھ , کھٹ سے , بےساختہ , جلدی سےجلدی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP