Dictionaries | References

বুলগেৰিয়ান

   
Script: Bengali-Assamese

বুলগেৰিয়ান

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা   Ex. তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
 noun  বুলগেৰিয়াৰ অধিবাসী   Ex. চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  বুলগেৰিয়াৰ লোকৰ ভাষা   Ex. সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP