|
adjective যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
Ex. মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
ONTOLOGY: अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) Wordnet: mniꯇꯦꯛ꯭ꯀꯥꯏꯗꯕ urdدرست , ٹھیک , صحیح , ٹھیک ٹھاک , فٹ , عمدہ , اچھا adjective যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
Ex. পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
ONTOLOGY: गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) Wordnet: mniꯑꯐꯕ urdنیک , رحم دل , شریف , اچھا , بھلا , بامروت noun উত্তম হোৱাৰ অৱস্থা
Ex. চৰিত্র ভালেই সকলো ভাল
ONTOLOGY: अवस्था (State) ➜ संज्ञा (Noun) Wordnet: mniꯑꯊꯣꯏꯕ꯭ꯃꯑꯣꯡ urdافضلیت , عمدگی , نفاست , خوبی , اچھائی , صفت , اچھاپن adverb ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
Ex. আজি শচীনে ভাল খেলিলে
ONTOLOGY: रीतिसूचक (Manner) ➜ क्रिया विशेषण (Adverb) Wordnet: mniꯐꯖꯕ urdبہتر , اچھا , عمدہ adjective যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে
Ex. মোৰ ভাল , আপোনাৰ ভালনে ?
ONTOLOGY: गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) Wordnet: urdاچھا , بہتر , ٹھیک , عمدہ , ٹھیک ٹھاک , بڑھیا adjective যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
Ex. এইটো ভাল কথা যে মই তাত নাছিলো/ এইটো ভাল যে আপোনাক কোনেও নেদেখিল
ONTOLOGY: अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) Wordnet: urdاچھا , بہتر , شاندار , عمدہ see : মংগল, মার্জিত, সজ্জন, গুণসম্পন্ন, ৰুচিসম্পন্ন, কল্যাণ, উপকাৰ, কপাল
|