লয়, তাল, স্বৰ আদিৰ নিয়ম অনুযায়ী কোনো কথা আৰু বাদ্যৰ আকর্ষণীয় আৰু মনোৰঞ্জক ৰূপত কৰা উচ্চাৰণ বা ধ্বনি
Ex. সংগীত শুনিলে হৃদয় শাঁত পৰে
ONTOLOGY:
कला (Art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসঙ্গীত
gujસંગીત
hinसंगीत
kanಸಂಗೀತ
kasموسیٖٖقی
kokसंगीत
malസംഗീതം
marसंगीत
mniꯏꯁꯩ
nepसङ्गीत
oriସଙ୍ଗୀତ
panਸੰਗੀਤ
sanसङ्गीतम्
tamசங்கீதம்
telసంగీతం
urdموسیقی , سنگیت
আনন্দদায়ক ধ্বনি
Ex. হিমালয়ৰ বুকুত বায়ুৰ সংগীতে হৃদয় চুই যায়
ONTOLOGY:
कला (Art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসংগীত
kasموسیقی
mniꯁꯍꯨꯝ
sanकलध्वनिः
telసంగీతం