কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
Ex. বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
বাচি লোৱা
Ex. মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
উদাহৰণ হিচাপে লোৱা
Ex. ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
Ex. তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
ONTOLOGY:
संप्रेषणसूचक (Communication) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা
Ex. মোৰ কিতাপখন কোনে লʼলে ? / তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)