Dictionaries | References

মৰা

   
Script: Bengali-Assamese

মৰা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  মাৰ দিয়া কার্য ্বা ভাব   Ex. কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব
HYPONYMY:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 verb  কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ   Ex. ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
mniꯌꯣꯠꯄꯤ꯭ꯊꯥꯕ
nepठोक्नु
urdٹھونکنا , ٹھینسنا
 verb  কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য   Ex. ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল
HYPERNYMY:
ONTOLOGY:
मानसिक अवस्थासूचक (Mental State)अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
SYNONYM:
মৰি যোৱা
Wordnet:
kanಸತ್ತು ಹೋಗು
mniꯐꯥꯎꯗꯕ
urdختم ہونا , مرنا
 verb  মৰাৰ সমান কষ্ট কৰা   Ex. তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
benজীবনপাত করা
tamஉயிரை கொடு
urdمرنا , مشکل زمانہ گذارنا
 verb  খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা   Ex. এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
Wordnet:
kanಔಟ್ ಆಗು
urdمرنا , ڈھیرہونا
 verb  কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা   Ex. পুলিচে চোৰটোক লাঠিৰে মাৰিছে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  জীৱনৰ অন্ত পেলোৱা কার্য   Ex. সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে
CAUSATIVE:
ONTOLOGY:
विनाशसूचक (Destruction)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য   Ex. দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
Wordnet:
kanಸತ್ತು ಹೋಗು
mniꯁꯤꯕ
sanमृ
urdمرنا , دم توڑنا , دم نکلنا , گذرجانا , چل بسنا , وفات پانا , فوت ہونا , انتقال کرنا , جنت سدھارنا
   see : মৰাপাট
   see : হত্যা, মৃত্যু

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP